I sentences in Assamese and English
‘I’ sentences in Assamese with English pronunciation. Here you learn English to Assamese translation of I sentences and play I sentences quiz in Assamese language also play A-Z dictionary quiz. Here you can easily learn daily use common Assamese sentences with the help of pronunciation in English. It helps beginners to learn Assamese language in an easy way. To learn Assamese language, common vocabulary and grammar are the important sections. Common Vocabulary contains common words that we can used in daily life.
I sentences in Assamese and English
The list of 'I' sentences in Assamese language and their pronunciation in English. Here you learn the list of English sentence to Assamese translations.
I accepted her invitation | মই তাইৰ নিমন্ত্ৰণ গ্ৰহণ কৰিলোঁ |
I agree | মই মানি লওঁ |
I agree with you | আপোনাৰ কথাত মই একমত |
I admire his talent | তেওঁৰ প্ৰতিভাক মই প্ৰশংসা কৰো |
I agree with your opinion | আপোনাৰ মতামতত মই একমত |
I am a student | মই এজন ছাত্ৰ |
I am going to study | মই পঢ়িবলৈ ওলাইছো |
I am interested in swimming | সাঁতোৰৰ প্ৰতি মোৰ আগ্ৰহ আছে |
I am just going for a walk | মই মাত্ৰ খোজ কাঢ়িবলৈ ওলাইছো |
I am feeling tired today | আজি মোৰ ভাগৰ লাগিছে |
I am glad to be with you | আপোনালোকৰ লগত থাকিবলৈ পাই মই আনন্দিত হৈছো |
I am not a teacher | মই শিক্ষক নহয় |
I am sorry | ক্ষমা কৰিব |
I am talking with my mother | মাৰ লগত কথা পাতি আছোঁ |
I am thinking about my children | মই মোৰ সন্তানৰ কথা ভাবিছোঁ |
I accepted her invitation | মই তাইৰ নিমন্ত্ৰণ গ্ৰহণ কৰিলোঁ |
I agree | মই মানি লওঁ |
I agree with you | আপোনাৰ কথাত মই একমত |
I admire his talent | তেওঁৰ প্ৰতিভাক মই প্ৰশংসা কৰো |
I agree with your opinion | আপোনাৰ মতামতত মই একমত |
I am a student | মই এজন ছাত্ৰ |
I am going to study | মই পঢ়িবলৈ ওলাইছো |
I am interested in swimming | সাঁতোৰৰ প্ৰতি মোৰ আগ্ৰহ আছে |
I am just going for a walk | মই মাত্ৰ খোজ কাঢ়িবলৈ ওলাইছো |
I am feeling tired today | আজি মোৰ ভাগৰ লাগিছে |
I am glad to be with you | আপোনালোকৰ লগত থাকিবলৈ পাই মই আনন্দিত হৈছো |
I am not a teacher | মই শিক্ষক নহয় |
I am sorry | ক্ষমা কৰিব |
I am talking with my mother | মাৰ লগত কথা পাতি আছোঁ |
I am thinking about my children | মই মোৰ সন্তানৰ কথা ভাবিছোঁ |
I am very pleased to meet you | আপোনাক লগ পাই বৰ আনন্দিত হৈছো |
I apologize if I hurt your feelings | আপোনাৰ অনুভৱত আঘাত দিলে ক্ষমা বিচাৰিছো |
I arrived there too early | বহুত সোনকালে তাত উপস্থিত হ’লোঁ৷ |
I believe you | মোৰ বিশ্বাস তোমাক |
I bought it last week | যোৱা সপ্তাহত কিনিলোঁ |
I can do this job | এই কামটো মই কৰিব পাৰো |
I can run faster | মই আৰু বেছি বেগেৰে দৌৰিব পাৰো |
I can sing well | মই ভালকৈ গান গাব পাৰো |
I can speak English | মই ইংৰাজী ক’ব পাৰো |
I can swim | মই সাঁতুৰিব পাৰো |
I can’t believe it | বিশ্বাস কৰিব পৰা নাই |
I can't come | মই আহিব নোৱাৰো |
I can't follow you | মই তোমাক অনুসৰণ কৰিব নোৱাৰো |
I can't agree with you | আপোনাৰ কথাত মই একমত হ’ব নোৱাৰো |
I can't remember his name | তাৰ নামটো মনত পেলাব পৰা নাই |
I can't hear you | তোমাৰ কথা শুনিব পৰা নাই |
I can't see anything | একো দেখা নাই |
I didn't like it | মোৰ ভাল নালাগিল |
I disagree with you | আপোনাৰ লগত মোৰ মতানৈক্য |
I do not understand | মই বুজি নাইপোৱা |
I don’t know | মই নাজানো |
I don't have any money | মোৰ হাতত পইচা নাই |
I don't like the color | ৰংটো মোৰ ভাল নালাগে |
I had a good idea | মোৰ এটা ভাল ধাৰণা আছিল |
I like it very much | মোৰ বৰ ভাল লাগে |
I need more time | মোক আৰু সময় লাগে |
I want to sleep | মোৰ শুবলৈ মন যায় |
I wish you good luck | শুভকামনা জনাইছোঁ |
‘I’ sentences in other languages (40+)
Top 1000 Assamese words
Here you learn top 1000 Assamese words, that is separated into sections to learn easily (Simple words, Easy words, Medium words, Hard Words, Advanced Words). These words are very important in daily life conversations, basic level words are very helpful for beginners. All words have Assamese meanings with transliteration.
Assamese Vocabulary
Job
Law
Gems
Time
Food
Bird
Color
Month
Fruit
Ocean
Cloth
Shape
Crime
Planet
Season
Zodiac
Flower
Plants
Number
Quizzes
Assamese Grammar
Fruits Quiz
Animals Quiz
Household Quiz
Stationary Quiz
School Quiz
Occupation Quiz